অসম গণ পৰিষদঅসম বস্তি

অসম বন্ধ (Assamese) [ Roman: o.xom bondh]
Contributed by: Partha P Sarmah on 2011-09-11
1. (Verbal Noun) an unhealthy practice in Assam (that started in the beginning of the eighties of the last decade) which many organizations practise to pressurize the government by closing all government,educational and commercial activities throughout Assam to accept their demands. অসমত যোৱা শতিকাৰ আগভাগৰ পৰা যিকোনো সংগঠনে নিজৰ কিবা দাবীপূৰণৰ বাবে (চৰকাৰক) হেঁচা দিবলৈ কোনোবা দিনত সমগ্ৰ অসমৰ চৰকাৰী, ব্যৱসায়িক কাম-কাজ, শিক্ষানুষ্ঠান, যান-বাহনৰ চলাচল আদি বন্ধকৰি দিয়া এটা ক্ষতিকৰ ব্যৱস্থা৷
English: Assam Bandh,
Assamese: অসম বন্ধ